ওমৰ আব্দুল্লাৰ নেতৃত্বাধীন জম্মু-কাশ্মীৰ চৰকাৰত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ দলীয় অসন্তুষ্টিৰ সৃষ্টি হৈছে।
শ্ৰীনগৰ, ৩১ অক্টোবৰঃ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ নেতৃত্বাধীন চৰকাৰৰ লগতে শাসকীয় নেচনেল কনফাৰেন্সৰ ভিতৰতো দেখা দিছে দলীয় অসন্তুষ্টি।
ৰুহুল্লা মেহদিয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা বক্তব্যত নেচনেল কনফাৰেন্সৰ নেতৃত্বক তীব্ৰ সমালোচনা কৰে।
তেওঁ লগতে অভিযোগ কৰে যে দলৰ নেতৃত্বই জম্মু-কাশ্মীৰক পৰিয়ালৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিছে।
মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ বিধায়কৰ অসন্তুষ্টি
newznow.in