অনূৰ্ধ্ব-১৯ এছিয়া কাপ ২০২৬ৰ ভাৰত-পাকিস্তানৰ মেচত নাটকীয় জয় সাব্যস্ত কৰিলে পাকিস্তানে
ওমান:অনূৰ্ধ্ব-১৯ এছিয়া কাপ ২০২৬ৰ ভাৰত-পাকিস্তানৰ মেচত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰিলে পাকিস্তানে।
প্ৰথমে বেটিং কৰি ভাৰতীয় দলটোৱে ৪৬.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে।
২০৯ ৰানৰ লক্ষ্য লৈ খেলপথাৰত নমা পাকিস্তানৰ আৰম্ভণিও আছিল বিপৰ্যয়পূৰ্ণ।
হামজাৰ এই দুৰ্দান্ত ইনিংছৰ সহায়ত পাকিস্তানে ৪৮.১ অভাৰত ৭টা উইকেট হেৰুৱাই ২০৯ ৰানৰ লক্ষ্যত উপনীত হয়।
newznow.in