দেশ

মোদী হতাশ, ‘টালি-টোপোলা বন্ধাৰ সময়’ ওচৰ চাপিছে: কংগ্ৰেছ

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

‘দিমাগী নক্সাল’ মন্তব্যক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ কটাক্ষ কংগ্ৰেছৰ।

২ / ৫

কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘দিমাগী নক্সাল’ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৩ / ৫

ছত্তীশগড়ৰ বস্তাৰত চিআৰপিএফৰ শিবিৰত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰি মোদীয়ে কয় যে, সশস্ত্ৰ নক্সালবাদীসকল অৰণ্যৰ পৰা নোহোৱা হৈছে যদিও ভাবাদৰ্শগত সমৰ্থকসকলৰ ভাবুকি এতিয়াও শেষ…

৪ / ৫

মোদীয়ে লগতে কয় যে, চৰকাৰে নক্সাল আৰু বিচ্ছিন্নতাবাদীসকলৰ পুঁজিৰ উৎসত ডাঙৰ আঘাত হনা সিদ্ধান্ত লৈছে।

৫ / ৫

ইয়াৰ প্ৰতিক্ৰিয়াত জয়ৰাম ৰমেশে এক্সত লিখে যে, দীপাৱলীৰ দিনটোতো প্ৰধানমন্ত্ৰীয়ে নিজৰ চিৰপৰিচিত অপমানসূচক ভাষা এৰা নাই।

মোদী হতাশ, ‘টালি-টোপোলা বন্ধাৰ সময়’ ওচৰ চাপিছে: কংগ্ৰেছ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক