দেশ

টেঙাখাতত অগ্নিকাণ্ড: অইলৰ ৪ কৰ্মচাৰী নিলম্বিত, মৃতৰ সংখ্যা ৪জনলৈ

NewzNow · ৮ নৱেম্বৰ ২০২৬

১ / ৫

ডিব্ৰুগড়ৰ টেঙাখাতস্থিত অইলৰ মধ্যৱৰ্তী টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত মৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি পাইছে।

২ / ৫

ডিব্ৰুগড়, ৮ নৱেম্বৰ: ডিব্ৰুগড় জিলাৰ টেঙাখাতস্থিত অইল ইণ্ডিয়া লিমিটেডৰ মধ্যৱৰ্তী টেংক ফাৰ্মত সংঘটিত অগ্নিকাণ্ডত মৃতৰ সংখ্যা ৪জনলৈ বৃদ্ধি পাইছে।

৩ / ৫

নিহত শ্ৰমিকজন যান্ত্ৰিক সহায়ক শৈলেন গগৈ।

৪ / ৫

ঘটনাটোত আহত আন ৩জন শ্ৰমিকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

৫ / ৫

৬ নৱেম্বৰত ৰক্ষণাবেক্ষণৰ কাম চলি থকাৰ সময়ত বিস্ফোৰণৰ পিছতে টেংক ফাৰ্মখনত জুই লাগে।

টেঙাখাতত অগ্নিকাণ্ড: অইলৰ ৪ কৰ্মচাৰী নিলম্বিত, মৃতৰ সংখ্যা ৪জনলৈ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক