অসম

চিয়াং প্ৰকল্পৰ অসমত প্ৰভাৱক লৈ কেন্দ্ৰলৈ গৌৰৱ গগৈৰ পত্ৰ

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ নামনি অঞ্চলত পৰা প্ৰভাৱৰ স্বতন্ত্ৰ মূল্যায়ন আৰু অসমৰ সৈতে আনুষ্ঠানিক পৰামৰ্শৰ দাবী জনাইছে গৌৰৱ গগৈয়ে।

২ / ৫

গুৱাহাটী, ৯ নৱেম্বৰ: অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত চিয়াং উচ্চ বহুমুখী প্ৰকল্পৰ নামনি অঞ্চলত হ'ব পৰা প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্য কংগ্ৰেছৰ সভাপতি তথা লোকসভাত কংগ্ৰেছ দলৰ উপ-নেতা গৌৰৱ…

৩ / ৫

পত্ৰখনত গগৈয়ে উল্লেখ কৰে যে, চিয়াং নদী ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ এক অবিচ্ছেদ্য অংশ।

৪ / ৫

অৰুণাচল প্ৰদেশত বৃহৎ বান্ধ প্ৰকল্পক লৈ অসমৰ দীৰ্ঘদিনীয়া উদ্বেগৰ কথাও সাংসদগৰাকীয়ে সোঁৱৰণ কৰে।

৫ / ৫

চীনৰ ইয়াৰলুং ছাংপো নদীত প্ৰস্তাৱিত বৃহৎ বান্ধৰ প্ৰতি কৌশলগত সঁহাৰি হিচাপে এই প্ৰকল্পক উপস্থাপন কৰা হৈছে যদিও অসমৰ নামনিৰ জনসমাজৰ স্বাৰ্থক সমান গুৰুত্ব দিব লাগিব বুলি গগৈয়ে কয়।

চিয়াং প্ৰকল্পৰ অসমত প্ৰভাৱক লৈ কেন্দ্ৰলৈ গৌৰৱ গগৈৰ পত্ৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক