দেশ

২০১৮ৰ মানহানিৰ গোচৰত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে পুনৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

NewzNow · ৩১ অক্টোবৰ ২০২৬

১ / ৫

২০১৮ চনৰ মানহানিৰ গোচৰত YouTuber ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে পুনৰ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ আদালতে।

২ / ৫

নতুন দিল্লী, ৩১ অক্টোবৰঃ YouTuber ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে ২০১৮ চনৰ এটা মানহানিৰ গোচৰত পুনৰ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে দিল্লীৰ এখন আদালতে।

৩ / ৫

বিকাশ সান্সকৃত্যায়ন ওৰফে বিকাশ পাণ্ডেই দাখিল কৰা মানহানিৰ গোচৰৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

৪ / ৫

ইয়াৰ পূৰ্বে ১৭ অক্টোবৰত আদালতে ৰাঠীৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।

৫ / ৫

অভিযোগকাৰী বিকাশ পাণ্ডেৰ অধিবক্তা সমক্ষ শৰ্মাই আদালতত জনোৱা মতে, ধ্ৰুৱ ৰাঠী সাধাৰণতে অষ্ট্ৰিয়াত থাকে আৰু দিল্লীত Cockroach Janata Party (CJP)ৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ আহিছিল।

২০১৮ৰ মানহানিৰ গোচৰত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে পুনৰ গ্ৰেপ্তাৰী পৰোৱানা জাৰি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক