অসম

ধীৰেনপাৰাত মহিলাক আক্ৰমণৰ অভিযোগ, অভিযুক্ত পলাতক

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

গুৱাহাটীৰ ধীৰেনপাৰাৰ ৰঘুনাথ পথত দীপাৱলীৰ নিশা ৰেশমি দত্ত নামৰ এগৰাকী মহিলাক আক্ৰমণৰ অভিযোগ উঠিছে।

২ / ৫

গুৱাহাটী, ৮ নৱেম্বৰ: দীপাৱলীৰ নিশা গুৱাহাটীৰ ধীৰেনপাৰাৰ ৰঘুনাথ পথত এগৰাকী মহিলাক নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ উঠিছে।

৩ / ৫

অভিযোগ অনুসৰি, বিশ্বজিৎ দাস ওৰফে কালুৱে ৰেশমি দত্তক আক্ৰমণ কৰে।

৪ / ৫

ঘটনাৰ পিছতে অভিযুক্ত বিশ্বজিৎ দাস পলায়ন কৰে বুলি জানিব পৰা গৈছে।

৫ / ৫

বিশ্বজিৎ দাসে টেম্পোচালক হিচাপে কাম কৰে বুলি জানিব পৰা গৈছে।

ধীৰেনপাৰাত মহিলাক আক্ৰমণৰ অভিযোগ, অভিযুক্ত পলাতক

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক