অসম

ৰাণীত হাতীৰ আক্ৰমণত মহিলা আহত, গোৱালপাৰাত ৪০টা হাতীৰ তাণ্ডৱ

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

ৰাণীৰ উদয়পুৰত বনৰীয়া হাতীৰ আক্ৰমণত ৰত্না কাকতি গুৰুতৰভাৱে আহত হৈছে।

২ / ৫

গুৱাহাটী: ৰাণীৰ উদয়পুৰত সোমবাৰে পুৱতি নিশা বনৰীয়া হাতীৰ আক্ৰমণত ৰত্না কাকতি নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

৩ / ৫

অসম-মেঘালয় সীমান্তৱৰ্তী উদয়পুৰৰ বাসিন্দা ৰত্না কাকতি আৰু শ্ৰীকান্ত বড়ো পুৱা খোজ কাঢ়িবলৈ ওলাইছিল।

৪ / ৫

ঘটনাটোৰ পাছত উদয়পুৰ আৰু সংলগ্ন অঞ্চলসমূহত আতংক সৃষ্টি হৈছে।

৫ / ৫

ইফালে, গোৱালপাৰা জিলাৰ মাটিয়া অঞ্চলতো প্ৰায় ৪০টা বনৰীয়া হাতীৰ এটা জাকে কেইবাখনো গাঁৱত তাণ্ডৱ চলাইছে।

ৰাণীত হাতীৰ আক্ৰমণত মহিলা আহত, গোৱালপাৰাত ৪০টা হাতীৰ তাণ্ডৱ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক