অসম

১ ডিচেম্বৰৰ পৰা সন্ধিয়া ৫ বজাৰ পাছত নিষিদ্ধ হ'ব লাউডস্পীকাৰ - শ্বেৰমান আলী

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

১ ডিচেম্বৰৰ পৰা বিয়লি ৫ বজাৰ পাছত লাউডস্পীকাৰ নিষিদ্ধ কৰাৰ মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ।

২ / ৫

পৰীক্ষাৰ সময়ত নিশা ১২ বজালৈকে নাচ-গান কৰি থকাৰ প্ৰয়োজন কি?

৩ / ৫

‘ৰাজনৈতিক নেতাক মাতি নাচ-গান কৰিলে কান্দিব লাগিবই, অত্যাচাৰ কৰিবই’

৪ / ৫

বিধায়কগৰাকীয়ে ঘোষণা কৰিছে যে ১ ডিচেম্বৰৰ পৰা বিয়লি ৫ বজাৰ পাছত লাউডস্পীকাৰ ব্যৱহাৰ নিষিদ্ধ কৰা হ’ব।

৫ / ৫

মন্দিয়াবাসীক উদ্দেশ্যি দিয়া এই বক্তব্যত পৰীক্ষাৰ সময়ত নিশা দেৰিলৈকে চলা নাচ-গান আৰু লাউডস্পীকাৰৰ ব্যৱহাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

১ ডিচেম্বৰৰ পৰা সন্ধিয়া ৫ বজাৰ পাছত নিষিদ্ধ হ'ব লাউডস্পীকাৰ - শ্বেৰমান আলী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক