অসম

মাজুলীত অগ্নিকাণ্ডত ভস্মীভূত ৭টা ভাড়াৰ কোঠা, ২০ লাখ টকাৰো অধিক ক্ষতি

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

উজনি মাজুলীৰ নতুন বজাৰত দেৱালীৰ নিশা সংঘটিত অগ্নিকাণ্ডত ৭টা ভাড়াৰ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

২ / ৫

মাজুলী, ৯ নৱেম্বৰ: উজনি মাজুলীৰ নতুন বজাৰত দেৱালীৰ নিশা প্ৰায় ১১ বজাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ৭টা ভাড়াৰ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

৩ / ৫

নতুন বজাৰ নিবাসী গণেশ দেৰ বাসগৃহত থকা ভাড়াৰ কোঠাকেইটাত জুই লাগে।

৪ / ৫

হঠাতে সংঘটিত অগ্নিকাণ্ডত ভাড়াৰ কোঠাকেইটাত বাস কৰা লোকসকল সৰ্বস্বান্ত হৈ পৰে।

৫ / ৫

জুই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজে সাহসিকতাৰে নিজাববীয়াকৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়।

মাজুলীত অগ্নিকাণ্ডত ভস্মীভূত ৭টা ভাড়াৰ কোঠা, ২০ লাখ টকাৰো অধিক ক্ষতি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক