ৰাজনীতি

ৰাজনৈতিক গ্ৰন্থ নহয়, ব্যক্তিগত জীৱনৰ কাহিনীহে; ১০ নৱেম্বৰত প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

ছোনিয়া গান্ধীয়ে কয়, ‘বিলঙিং: এ জাৰ্নি অৱ লাভ’ তেওঁৰ পৰিয়াল, ব্যক্তিগত শোক আৰু ভাৰতক নিজৰ ঘৰ হিচাপে অনুভৱ কৰাৰ কাহিনী।

২ / ৫

নতুন দিল্লী, ৮ নৱেম্বৰ: ৰাজনীতি নহয়, নিজৰ জীৱনৰ ব্যক্তিগত অভিজ্ঞতা, প্ৰেম, পৰিয়াল আৰু শোকৰ কাহিনীহে তুলি ধৰিছে কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে।

৩ / ৫

হাৰ্পাৰকলিনছ ইণ্ডিয়াই ১০ নৱেম্বৰত ভাৰতত গ্ৰন্থখন প্ৰকাশ কৰিব।

৪ / ৫

গ্ৰন্থখনৰ প্ৰাককথনত ছোনিয়া গান্ধীয়ে উল্লেখ কৰিছে যে জীৱনৰ বেছিভাগ সময় তেওঁ নিজৰ ব্যক্তিগত জগতখন ৰাজহুৱা চৰ্চাৰ পৰা আঁতৰাই ৰাখিছিল।

৫ / ৫

ৰাজহুৱা জীৱনৰ ব্যস্ততাৰ পৰা কিছু আঁতৰি অহাৰ পাছতহে নিজৰ অতীতক নতুন দৃষ্টিৰে চাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰিছে ছোনিয়া গান্ধীয়ে।

ৰাজনৈতিক গ্ৰন্থ নহয়, ব্যক্তিগত জীৱনৰ কাহিনীহে; ১০ নৱেম্বৰত প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক