দেশ

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ , খাৰ্গেৰ বাসগৃহত প্ৰতীকী সংসদ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

- CEC জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ কাৰ্যসূচী।

২ / ৫

নতুন দিল্লী, ৩১ অক্টোবৰ: মুখ্য নিৰ্বাচন আয়ুক্ত (CEC) জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ‘জনতাৰ মহাভিযোগ’ শীৰ্ষক প্ৰতীকী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে বিৰোধী INDIA মিত্ৰজোঁটে।

৩ / ৫

বিশেষ নিবিড় ভোটাৰ তালিকা সংশোধন (SIR)ক কেন্দ্ৰ কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ বিষয়ক লৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বিৰোধী মিত্ৰজোঁটে।

৪ / ৫

প্ৰাক্তন লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰে কাৰ্যসূচীটোৰ সভাপতিত্ব কৰে।

৫ / ৫

কাৰ্যসূচীত উপস্থিত হৈ AISAৰ সভানেত্ৰী নেহা বৰাই ইয়াক ‘জনতাৰ মহাভিযোগ’ বুলি অভিহিত কৰে।

জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে INDIA মিত্ৰজোঁটৰ ‘জনতাৰ মহাভিযোগ’ , খাৰ্গেৰ বাসগৃহত প্ৰতীকী সংসদ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক