অসম

খানাপাৰা মহিলা হত্যাকাণ্ডঃ মূল অভিযুক্ত প্ৰদীপ টাইয়ে গ্ৰেপ্তাৰ

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

খানাপাৰাত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত মূল অভিযুক্ত বুলি সন্দেহ কৰা প্ৰদীপ টাইয়েক গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষীয়ে।

২ / ৫

গুৱাহাটীৰ খানাপাৰাত জীনা বৈশ্যৰ মৃতদেহ উদ্ধাৰৰ ঘটনাৰ তদন্তত গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে আৰক্ষীয়ে।

৩ / ৫

আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশিত তথ্য অনুসৰি, ধেমাজিৰ বাসিন্দা প্ৰদীপ টাইয়ে খানাপাৰা অঞ্চলত গাড়ীচালক হিচাপে কাম কৰিছিল।

৪ / ৫

প্ৰাৰম্ভিক তদন্তত দুয়োৰে মাজত প্ৰায় ১০ বছৰ ধৰি সম্পৰ্ক থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

৫ / ৫

আৰক্ষীৰ অভিযোগ অনুসৰি, ঘটনাৰ দিনা প্ৰদীপ টাইয়ে নিজৰ মেজিক বাহনত জীনা বৈশ্যক বিভিন্ন স্থানলৈ লৈ গৈছিল।

খানাপাৰা মহিলা হত্যাকাণ্ডঃ মূল অভিযুক্ত প্ৰদীপ টাইয়ে গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক