১ লিটাৰ সৰিয়হৰ তেলৰ ওজন প্ৰায় ৯১০ গ্ৰাম হোৱাৰ মূল কাৰণ হৈছে ইয়াৰ ঘনত্ব পানীতকৈ কম।
নিউজ ডেস্ক: বজাৰৰ পৰা ১ লিটাৰ সৰিয়হৰ তেলৰ পাউচ কিনাৰ পিছত বহু গ্ৰাহকৰ মনত এটা প্ৰশ্নৰ উদয় হয়—পেকেটত ১ লিটাৰ তেল বুলি লিখা আছে, কিন্তু ওজন কৰিলে কিয় প্ৰায় ৯১০ গ্ৰামহে হয়?
সাধাৰণতে পানীৰ ক্ষেত্ৰত ১ লিটাৰ আৰু ১ কিলোগ্ৰামক প্ৰায় সমান বুলি গণ্য কৰা হয়।
ইয়াৰ মূল কাৰণ হৈছে ঘনত্ব (Density)।
পানীৰ তুলনাত সৰিয়হৰ তেলৰ ঘনত্ব কম।
newznow.in