দেশ

বিচ্ছেদৰ তিনিমাহ পিছতে সাংবাদিক নিধি ৰাজদানক বিয়া জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

NewzNow · ৩১ অক্টোবৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আৱদ্ধ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

২ / ৫

নতুন দিল্লী, ৩১ অক্টোবৰ: সাংবাদিক নিধি ৰাজদানৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।

৩ / ৫

Instagramত নিধি ৰাজদানৰ সৈতে এখন ফটো প্ৰকাশ কৰি ওমৰ আব্দুল্লাই লিখে, “কালি এক নতুন যাত্ৰাৰ আৰম্ভণি হ’ল।” পোষ্টটোত তেওঁ নিধি ৰাজদানকো টেগ কৰে।

৪ / ৫

এই বিবাহৰ খবৰ পোহৰলৈ অহাৰ পাছতে ৰাজনৈতিক আৰু সংবাদ মাধ্যমৰ মহলত চৰ্চা আৰম্ভ হৈছে।

৫ / ৫

উল্লেখযোগ্য যে ইয়াৰ প্ৰায় তিনি মাহ পূৰ্বে ওমৰ আব্দুল্লা আৰু তেওঁৰ পূৰ্বৰ পত্নী পায়েল আব্দুল্লাৰ বিবাহ বিচ্ছেদৰ বিষয়টো উচ্চতম ন্যায়ালয়ত নিষ্পত্তি হৈছিল।

বিচ্ছেদৰ তিনিমাহ পিছতে সাংবাদিক নিধি ৰাজদানক বিয়া জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক