২৬ নৱেম্বৰত মণিপুৰ ভ্ৰমণ কৰিব পাৰে ৰাহুল গান্ধীয়ে।
নিউজ ডেস্ক: ২৬ নৱেম্বৰত মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষলৈ যাব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।
প্ৰস্তাৱিত ভ্ৰমণসূচী অনুসৰি, ৰাহুল গান্ধীয়ে প্ৰথমে ইম্ফলত উপস্থিত হৈ সাহায্য শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ সৈতে মত বিনিময় কৰিব।
ভ্ৰমণৰ সময়ত মণিপুৰৰ কংগ্ৰেছ নেতাসকলৰ সৈতেও তেওঁ বৈঠকত বহাৰ সম্ভাৱনা আছে।
তিনি বছৰৰ পাছতো স্বাভাৱিক হোৱা নাই পৰিস্থিতি
newznow.in