মৰিগাঁও আৰু দৰং জিলাৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ আশ্বাস মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
লাহৰীঘাট, ৯ নৱেম্বৰ: 'মৰিগাঁও-দৰঙৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ।
মুখ্যমন্ত্ৰীয়ে কয়, ‘এলেকাৰ গুৰুত্ব বুজি নিৰ্মাণ কৰা হ’ব দলং।’ এই দলং নিৰ্মাণ হ’লে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়াত-যোগাযোগ ব্যৱস্থা অধিক সুচল হোৱাৰ লগতে মৰিগাঁও আৰু দৰং…
উল্লেখ্য যে মৰিগাঁও জিলাৰ ভূৰাগাঁও আৰু দৰং জিলাৰ বুৰিগাঁও সংযোগী প্ৰস্তাৱিত দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৭.৬৩ কিলোমিটাৰ।
ইয়াৰ পূৰ্বে ২০২৬ চনৰ জুলাই মাহত বিধানসভাত মুখ্যমন্ত্ৰীয়ে জনাইছিল যে প্ৰস্তাৱিত দলংখনৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন (DPR) কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ চূড়ান্ত অনুমোদনৰ বাবে…
newznow.in