অসম

গহপুৰৰ নাবালিকাক বিহাৰৰ পৰা উদ্ধাৰ, অভিযুক্ত গ্ৰেপ্তাৰ

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

ইনষ্টাগ্ৰামযোগে চিনাকি হোৱা ১৭ বছৰীয়া কিশোৰীগৰাকীক বিহাৰলৈ লৈ যোৱাৰ অভিযোগত উত্তৰ প্ৰদেশৰ এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

২ / ৫

গহপুৰ: ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হোৱা ১৭ বছৰীয়া এগৰাকী নাবালিকা ছাত্ৰীক প্ৰেমৰ প্ৰলোভনেৰে অপহৰণ কৰি বিহাৰলৈ লৈ যোৱাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।

৩ / ৫

আৰক্ষীৰ তথ্য অনুসৰি, যোৱা ৩ নৱেম্বৰত গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱৰ ১৭ বছৰীয়া ছাত্ৰীগৰাকী নিৰুদ্দেশ হয়।

৪ / ৫

ছাত্ৰীগৰাকীয়ে ঘৰত এৰি থৈ যোৱা মোবাইল ফোনৰ পৰা লাভ কৰা বিভিন্ন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলায়।

৫ / ৫

ইয়াৰ পিছতে গহপুৰ আৰক্ষীৰ এটা দল বিহাৰত উপস্থিত হয় আৰু নৱাদা আৰক্ষীৰ সহযোগত আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি কিশোৰীগৰাকীক উদ্ধাৰ কৰে।

গহপুৰৰ নাবালিকাক বিহাৰৰ পৰা উদ্ধাৰ, অভিযুক্ত গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক