গহপুৰৰ নিৰুদ্দেশ নাবালিকা ছাত্ৰীক বিহাৰৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
প্ৰেমৰ প্ৰলোভনেৰে গহপুৰৰ এগৰাকী ছাত্ৰীক অপহৰণ বিহাৰৰ মুছলিম যুৱকৰ ।
প্ৰাপ্ত তথ্য অনুসৰি, ইনষ্টাগ্ৰামৰ জৰিয়তে যুৱকজনৰ সৈতে চিনাকি হৈছিল ছাত্ৰীগৰাকী।
তদন্তৰ সময়ত ছাত্ৰীগৰাকীয়ে ঘৰত এৰি থৈ যোৱা ম'বাইল ফোনটোৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰে আৰক্ষীয়ে।
নিৰুদ্দেশৰ খবৰ লাভ কৰাৰ প্ৰায় ৪৮ ঘণ্টাৰ ভিতৰতে আৰক্ষীৰ এটা দলে বিহাৰৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
newznow.in