শেখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই অনাৰ ক্ষেত্ৰত আৱেগৰ কোনো স্থান নাই বুলি জনাইছে বাংলাদেশৰ আইনমন্ত্ৰীয়ে।
ঢাকা, ৯ নৱেম্বৰ: বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাক ভাৰতৰ পৰা ঘূৰাই অনাৰ ক্ষেত্ৰত চৰকাৰে কেৱল আইন অনুসৰিহে পদক্ষেপ গ্ৰহণ কৰি আছে বুলি জনাইছে দেশখনৰ আইন, ন্যায় আৰু সংসদীয়…
তাৰেক ৰহমান নেতৃত্বাধীন বাংলাদেশ চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৮ নৱেম্বৰত ঢাকাত ‘ইণ্টেগ্ৰিটি ইন জুডিচিয়েল প্ৰচিডিংছ’ শীৰ্ষক এখন কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানৰ পিছত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই কথা…
হাছিনাক বাংলাদেশলৈ ঘূৰাই অনাৰ বাবে ভাৰতৰ সৈতে প্ৰত্যৰ্পণ চুক্তিৰ অধীনত অনুৰোধ জনোৱা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।
২০২৪ চনৰ ৫ আগষ্টত ছাত্ৰ-জনতাৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত ক্ষমতাচ্যুত হোৱাৰ পিছত শেখ হাসিনা ভাৰতলৈ আহিছিল।
newznow.in