জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত চলা আন্দোলনক লৈ প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ মন্তব্য অখিল গগৈ, আছু, আজমল আৰু আলফাই মুখ্যমন্ত্ৰীক সুৰক্ষা দিয়াৰ অভিযোগ SITয়ে মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মাৰ্ঘেৰিটাক জেৰা…
গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি চলি থকা আন্দোলনক লৈ বিস্ফোৰক মন্তব্য কৰিছে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা নীলমণি সেন ডেকাই।
সেন ডেকাৰ মতে, জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি জনজাগৰণ বৃদ্ধি পোৱাৰ সময়তে অখিল গগৈ আৰু আছুৱে আন্দোলন আৰম্ভ কৰিছে।
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দল (SIT)ৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰে নীলমণি সেন ডেকাই।
তদুপৰি, জুবিন গাৰ্গৰ সৈতে জড়িত অনুষ্ঠানৰ পৃষ্ঠপোষকতা কৰা কোম্পানী, এজেণ্ট আৰু অন্যান্য সংশ্লিষ্ট লোকসকলক SITয়ে অভিযুক্ত বা সাক্ষী হিচাপে জেৰা কৰিছেনে, সেই বিষয়েও স্পষ্টীকৰণ দাবী কৰে…
newznow.in