অসম

কাইলৈ সামৰণি পৰিব মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰদাখিলৰ প্ৰক্ৰিয়া

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমষ্টিত পৰমানন্দ চায়েঙীয়াকে ধৰি কেইবাজনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে।

২ / ৫

ধেমাজি, ৯ নৱেম্বৰ: মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়সীমা ১০ নৱেম্বৰত অন্ত পৰিব।

৩ / ৫

মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই সমৰ্থকসহ ১৭ নং মিংমাং পৰিষদীয় সমষ্টিৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে।

৪ / ৫

ইয়াৰ সমান্তৰালভাৱে ১৫ নং পৰিষদীয় সমষ্টিৰ বাবে ৰাজু পেগু, ১৩ নং চিচিকলঘৰ পৰিষদীয় সমষ্টিৰ বাবে যুৱ নেতা কৃষ্ণকান্ত দলে আৰু ১৫ নং গোগামুখ পৰিষদীয় সমষ্টিৰ বাবে সমাজকৰ্মী তাৰানাথ পেগুৱেও…

৫ / ৫

অসম ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি, দুয়োখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ৩০ নৱেম্বৰত অনুষ্ঠিত হ'ব।

কাইলৈ সামৰণি পৰিব মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰদাখিলৰ প্ৰক্ৰিয়া

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক