অসম

ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলীৰ জিলা অধিৱেশন, উন্মোচন স্মৃতিগ্ৰন্থ ‘চাও ফা লান চং’

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত সদৌ দিহিঙীয়া বংশাৱলীৰ ধেমাজি জিলা অধিৱেশন অনুষ্ঠিত হয়।

২ / ৫

ধেমাজি, ৯ নৱেম্বৰ: ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সদৌ দিহিঙীয়া বংশাৱলীৰ ধেমাজি জিলা অধিৱেশন অনুষ্ঠিত হয়।

৩ / ৫

পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে অধিৱেশনৰ শুভাৰম্ভ হয়।

৪ / ৫

অধিৱেশনত বিভিন্ন প্ৰান্তৰ পৰা অহা দিহিঙীয়া বংশৰ লোকসকলে অংশগ্ৰহণ কৰে।

৫ / ৫

অনুষ্ঠানৰ আন এক উল্লেখযোগ্য কাৰ্যসূচী আছিল দিহিঙীয়া বংশাৱলীৰ স্মৃতিগ্ৰন্থ ‘চাও ফা লান চং’ৰ উন্মোচন।

ধেমাজিত সদৌ দিহিঙীয়া বংশাৱলীৰ জিলা অধিৱেশন, উন্মোচন স্মৃতিগ্ৰন্থ ‘চাও ফা লান চং’

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক