মূল্যবৃদ্ধি, বিদ্যুৎ সংকট আৰু ইন্ধনৰ নাটনিৰ প্ৰতিবাদত ঢাকাত NCPৰ সমাৱেশ।
ঢাকা, ৩১ অক্টোবৰ: বাংলাদেশৰ ৰাজধানী ঢাকাত পুনৰ উত্থাপিত হৈছে ভাৰতবিৰোধী শ্লোগান।
ঢাকাৰ National Museum-ৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত নাহিদ ইছলামে গৃহমন্ত্ৰী ছালাহউদ্দিন আহমেদ আৰু শক্তিমন্ত্ৰী ইকবাল হাছান মাহমুদ টুকুৰ পদত্যাগ দাবী কৰে।
সমাৱেশত ভাষণ দি নাহিদ ইছলামে অভিযোগ কৰে যে বাংলাদেশৰ বৰ্তমানৰ চৰকাৰে ভাৰতৰ ষড়যন্ত্ৰৰ পৰা দেশখনক সুৰক্ষা দিব পৰা নাই।
প্ৰতিবাদত অংশগ্ৰহণ কৰা NCPৰ সাংসদ হাছনাত আব্দুল্লাহৰ পূৰ্বৰ ভাৰতবিৰোধী মন্তব্যক লৈও চৰ্চা হৈছে।
newznow.in