আন্তঃৰাষ্ট্ৰীয়

নতুন পাছপ’ৰ্টৰ আবেদন নাকচ বাংলাদেশৰ, শ্বেখ হাচিনাক ‘পলাতক সন্ত্ৰাসবাদী’ আখ্যা

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

নতুন পাছপ’ৰ্ট আৰু NID বিচাৰি শ্বেখ হাচিনাই কৰা আবেদন নাকচ কৰিছে বাংলাদেশ চৰকাৰে।

২ / ৫

বাংলাদেশৰ ৰাজনীতিত পুনৰ চৰ্চালৈ আহিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাৰ প্ৰত্যাৱৰ্তনৰ প্ৰশ্ন।

৩ / ৫

হাচিনাৰ হৈ লণ্ডনস্থিত আইন প্ৰতিষ্ঠান Matrix Chambers-ৰ অধিবক্তাসকলে দিল্লীত থকা বাংলাদেশৰ উচ্চায়োগলৈ পত্ৰ প্ৰেৰণ কৰি নতুন পাছপ’ৰ্ট আৰু পৰিচয়-পত্ৰ প্ৰদানৰ অনুৰোধ জনায়।

৪ / ৫

কিন্তু বাংলাদেশ চৰকাৰৰ স্থিতি স্পষ্ট।

৫ / ৫

ইফালে, হাচিনাৰ দল Awami League-ৰ তৰফৰ পৰা প্ৰকাশ পোৱা মতে, ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰাৰ পৰিকল্পনা কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে।

নতুন পাছপ’ৰ্টৰ আবেদন নাকচ বাংলাদেশৰ, শ্বেখ হাচিনাক ‘পলাতক সন্ত্ৰাসবাদী’ আখ্যা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক