কৰ্ণাটকৰ গৃহমন্ত্ৰী প্ৰিয়ংক খাৰ্গেই এম এম কালবুৰ্গী, গৌৰী লংকেশ আৰু ডাভোলকাৰ হত্যাকাণ্ডত সংঘৰ লোক জড়িত থকাৰ অভিযোগ কৰিছে।
ফিৰোজজীক সম্বোধন কৰি খাৰ্গেই এম এম কালবুৰ্গী, গৌৰী লংকেশ আৰু ডাভোলকাৰ হত্যাকাণ্ডৰ কথা উল্লেখ কৰে।
এই ঘটনাসমূহক লৈ গোচৰ চলি আছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়টো চৰকাৰে অনুসৰণ কৰি আছে।
এই লোকসকলেই মহাত্মা গান্ধীক হত্যাৰ বাবে দায়ী বুলিও তেওঁ অভিযোগ কৰে।
এই তিনিওটা হত্যাকাণ্ড সংঘৰ লোকেই সংঘটিত কৰিছিল বুলি তেওঁ অভিযোগ তোলে।
newznow.in