ডিমৰীয়াত Fartichem Inochem LLPৰ উদ্যোগ স্থাপনৰ বিৰোধিতা কৰিছে কেইবাটাও দল-সংগঠনে।
ডিমৰীয়া: ডিমৰীয়াত ৪২ বিঘা মাটিত Fartichem Inochem LLPৰ উদ্যোগ স্থাপনৰ বিৰোধিতা কৰি দেওবাৰে তিৱা ছাত্ৰ সন্থা, আমেৰিকাৰী ছাত্ৰ সন্থা আৰু আক্ৰাছুকে ধৰি কেইবাটাও দল-সংগঠনে এই প্ৰকল্প বন্ধৰ দাবী…
সংগঠনসমূহৰ অভিযোগ, ডিমৰীয়া ইতিমধ্যে প্ৰদূষণকাৰী উদ্যোগেৰে ভৰি পৰা এক ঔদ্যোগিক অঞ্চলত পৰিণত হৈছে।
তেওঁলোকৰ মতে, ইয়াৰ আগতে Progressive Fartichem নামৰ এক প্ৰদূষণকাৰী উদ্যোগ আছিল।
সংগঠনসমূহে আৰু অভিযোগ কৰে যে, ব্লিচিং, ক'ষ্টিক পাউডাৰ, ইথিলিন আৰু ৩০ শতাংশ পলিথিনৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰা আন এক উদ্যোগো তাত সংলগ্ন কৰা হৈছে।
newznow.in