ৰাজনীতি

‘শব্দৰ অৰ্থ বুজি নোপোৱা লোক’, মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছাক লৈ বিতৰ্কত কংগ্ৰেছৰ প্ৰত্যুত্তৰ

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছা বাৰ্তাক লৈ বিজেপিয়ে আপত্তি তোলাৰ পাছত কংগ্ৰেছে ‘ঈদ’ শব্দৰ আক্ষৰিক অৰ্থ উৎসৱ বুলি মন্তব্য কৰিছে।

২ / ৫

নতুন দিল্লী, ৯ নৱেম্বৰ: কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছা বাৰ্তাত ‘খুশ্বিয়োঁ কা ঈদ’ শব্দ ব্যৱহাৰক লৈ বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ আৰম্ভ হৈছে।

৩ / ৫

দীপাৱলীৰ শুভেচ্ছা জনোৱাৰ সময়ত খৰ্গেই দীপাৱলীক ‘খুশ্বিয়োঁ কা ঈদ’ বুলি অভিহিত কৰিছিল।

৪ / ৫

বিজেপিৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সহ-ভাৰপ্ৰাপ্ত তথা মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীয়ে কয় যে, দীপাৱলীৰ দৰে উৎসৱক ‘আনন্দৰ ঈদ’ বুলি অভিহিত কৰাটো কংগ্ৰেছৰ ভোটবেংকৰ ৰাজনীতিৰ নিদৰ্শন।

৫ / ৫

বিজেপিৰ সমালোচনাৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেৰাই কয় যে, খৰ্গেৰ বক্তব্যক লৈ বিতৰ্ক সৃষ্টিকাৰীসকলে ‘ঈদ’ শব্দটোৰ অৰ্থই বুজি পোৱা নাই।

‘শব্দৰ অৰ্থ বুজি নোপোৱা লোক’, মল্লিকাৰ্জুন খৰ্গেৰ দীপাৱলীৰ শুভেচ্ছাক লৈ বিতৰ্কত কংগ্ৰেছৰ প্ৰত্যুত্তৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক