১ নৱেম্বৰৰ পুৱতি নিশা জাপানৰ মিয়ে প্ৰিফেকচাৰৰ উপকূলত ৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।
টকিঅ’, ১ নৱেম্বৰ: দেওবাৰে পুৱতি নিশা জাপানৰ মিয়ে প্ৰিফেকচাৰৰ উপকূলীয় অঞ্চলত ৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায়।
US Geological Survey (USGS)-ৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ অভিকেন্দ্ৰ মিয়ে প্ৰিফেকচাৰৰ ৰাজধানী চু চহৰৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দক্ষিণে সাগৰৰ তলত অৱস্থিত আছিল।
ভূমিকম্পৰ পাছত কোনো ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই।
উল্লেখ্য যে, চু চহৰত ২.৫ লাখতকৈ অধিক লোকৰ বসতি আছে।
newznow.in