বুজি লওক

২৮ বছৰৰ বিভাজনৰ অৱসান! ৯ নৱেম্বৰত খহিছিল বাৰ্লিন প্ৰাচীৰ, সলনি হৈছিল বিশ্বৰ ইতিহাস

NewzNow · ৯ নৱেম্বৰ ২০২৬

১ / ৫

১৯৮৯ চনৰ ৯ নৱেম্বৰত বাৰ্লিন প্ৰাচীৰৰ সীমান্ত মুকলি হোৱাৰ পিছতে প্ৰায় ২৮ বছৰীয়া বিভাজনৰ অন্ত পৰে।

২ / ৫

এখন প্ৰাচীৰে দুভাগ কৰিছিল এখন চহৰ।

৩ / ৫

কিয় নিৰ্মাণ কৰা হৈছিল বাৰ্লিন প্ৰাচীৰ?

৪ / ৫

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত জাৰ্মানী পূব আৰু পশ্চিম—এই দুটা ভাগত বিভক্ত হৈছিল।

৫ / ৫

সেই সময়ত পূব জাৰ্মানীৰ বহু লোকে উন্নত জীৱন আৰু অধিক স্বাধীনতাৰ আশাত পশ্চিম বাৰ্লিনলৈ যাবলৈ আৰম্ভ কৰিছিল।

২৮ বছৰৰ বিভাজনৰ অৱসান! ৯ নৱেম্বৰত খহিছিল বাৰ্লিন প্ৰাচীৰ, সলনি হৈছিল বিশ্বৰ ইতিহাস

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক