অসম

ৰূপহীহাটত ভূমি-বিবাদক লৈ গুলীচালনাৰ অভিযোগ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

ৰূপহীহাটৰ ১নং বৰঘুলীত ভূমি-বিবাদক কেন্দ্ৰ কৰি একে পৰিয়ালৰ দুটা ফৈদৰ মাজত গুলীচালনাৰ অভিযোগ উত্থাপিত হৈছে।

২ / ৫

ৰূপহীহাট, ১০ নৱেম্বৰ: ৰূপহীহাটৰ ১নং বৰঘুলীত নিশা ভূমি-বিবাদক কেন্দ্ৰ কৰি একে পৰিয়ালৰ দুটা ফৈদৰ মাজত গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

৩ / ৫

অভিযোগ অনুসৰি, বিবাদমান ভূমিখন দখল কৰিবলৈ উফাইদুল ইছলামৰ পৰিয়ালটো যোৱাত ছফিকুল ইছলামৰ পৰিয়ালে গুণ্ডাবাহিনীক লগত লৈ গুলীচালনা কৰে।

৪ / ৫

ঘটনাটোত ৰুস্তম আলী গুলীবিদ্ধ হয়।

৫ / ৫

খবৰ পাই চুলুং আৰু উলুৱনী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

ৰূপহীহাটত ভূমি-বিবাদক লৈ গুলীচালনাৰ অভিযোগ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক