অসম

টীয়কত গঁড় চিকাৰীৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

যোৰহাটৰ টীয়কৰ হাতীশাল অঞ্চলত বিশেষ অভিযান চলাই বন বিভাগে গঁড় চিকাৰীৰ সন্দেহত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

২ / ৫

গুৱাহাটী, ১০ নৱেম্বৰ: যোৰহাট জিলাৰ টীয়কৰ হাতীশাল অঞ্চলত বিশেষ অভিযান চলাই বন বিভাগে গঁড় চিকাৰীৰ সন্দেহত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

৩ / ৫

তথ্যৰ ভিত্তিত বন বিভাগৰ এটা দলে সন্দেহজনক লোককেইজনক বাৰলুইত অৰণ্যলৈ অনুসৰণ কৰি অভিযান চলায়।

৪ / ৫

অভিযানৰ সময়ত এটা গঁড়ে আক্ৰমণ কৰাত লোককেইজনৰ এজন আহত হোৱা বুলি জানিব পৰা গৈছে।অভিযানত সহায়ৰ বাবে টীয়ক আৰু লাহদৈগড় আৰক্ষী থানাৰ দল ঘটনাস্থলীত উপস্থিত হৈছে।

৫ / ৫

বন বিভাগৰ বিষয়াসকলে জনোৱা অনুসৰি, গ্ৰেপ্তাৰ হোৱা লোককেইজন গহপুৰ, নাৰায়ণপুৰ আৰু জাজিমুখৰ বাসিন্দা।

টীয়কত গঁড় চিকাৰীৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক