ক্ৰীড়া

লভলিনা বৰগোহাঁইক সম্বৰ্ধনা, প্ৰশংসাপত্ৰ প্ৰদান

NewzNow · ২৫ অক্টোবৰ ২০২৬

১ / ৩

নাজিৰাত অসমৰ স্বৰ্ণকন্যা তথা অলিম্পিক পদক বিজয়ী বক্সাৰ লভলিনা বৰগোহাঁইক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়

২ / ৩

অনুষ্ঠানত বিধায়ক, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু অন্যান্য জনপ্ৰতিনিধিসকল উপস্থিত থাকে।

৩ / ৩

অনুষ্ঠানটো সফল কৰি তোলাত সহযোগিতা আগবঢ়োৱা সকলোকে আয়োজকসকলে ধন্যবাদ জ্ঞাপন কৰে।

লভলিনা বৰগোহাঁইক সম্বৰ্ধনা, প্ৰশংসাপত্ৰ প্ৰদান

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক