গোৱালপাৰা আৰক্ষী থানাত চুটি কাপোৰ পিন্ধি অহাৰ বাবেই এগৰাকী যুৱতীৰ এজাহাৰ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
'আমাক ইজ্জত লাগে, ইয়াৰ পৰা যাওঁক।
প্ৰাপ্ত তথ্য অনুসৰি, কোনো অভিযোগ দাখিল কৰিবলৈ গোৱালপাৰা আৰক্ষী থানাত উপস্থিত হৈছিল যুৱতীগৰাকী।
ভিডিঅ’টোত আৰক্ষীৰ এগৰাকী কৰ্মচাৰীয়ে যুৱতীগৰাকীক উদ্দেশ্যি কয়, ‘ছোৱালীয়ে চুটি কাপোৰ পিন্ধি থানালৈ নাহিব।
ইয়াৰ প্ৰত্যুত্তৰত যুৱতীগৰাকীয়ে নিজৰ স্থিতিত অটল থাকি কয়, ‘মোৰ ইজ্জত আছে।
newznow.in