ৰাজনীতি

দিল্লীৰ বিৰোধী ঐক্যৰ সমাৱেশক ঐতিহাসিক আখ্যা গৌৰৱ গগৈৰ

NewzNow · ১ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত INDIA মিত্ৰজোঁটৰ সমাৱেশক ঐতিহাসিক আখ্যা দিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে।

২ / ৫

নতুন দিল্লী, ১ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত INDIA মিত্ৰজোঁটৰ বৃহৎ সমাৱেশক ঐতিহাসিক আখ্যা দিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে।

৩ / ৫

গৌৰৱ গগৈয়ে কয়, “এয়া এক ঐতিহাসিক সমাৱেশ।

৪ / ৫

তেওঁ লগতে দাবী কৰে যে জনসাধাৰণৰ এই ঐক্য আৰু আন্দোলনক লৈ বিজেপি চিন্তিত হৈ পৰিছে।

৫ / ৫

সমাৱেশত কংগ্ৰেছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়েও ভাষণ দিয়ে।

দিল্লীৰ বিৰোধী ঐক্যৰ সমাৱেশক ঐতিহাসিক আখ্যা গৌৰৱ গগৈৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক