ৰাজনীতি

‘ৰামলীলা ময়দান ৪০ শতাংশ খালী আছিল’, INDIA মিত্ৰজোঁটৰ সমাৱেশক ‘ফ্লপ শ্ব’ আখ্যা BJPৰ

NewzNow · ১ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

BJP সাংসদ সম্বিত পাত্ৰই INDIA মিত্ৰজোঁটৰ ৰামলীলা ময়দানৰ সমাৱেশক ‘ফ্লপ শ্ব’ আখ্যা দি দাবী কৰে যে ময়দানৰ প্ৰায় ৪০ শতাংশ স্থান খালী আছিল।

২ / ৫

নতুন দিল্লী, ১ নৱেম্বৰ: দিল্লীৰ ৰামলীলা ময়দানত INDIA মিত্ৰজোঁটে অনুষ্ঠিত কৰা সমাৱেশক লৈ বিৰোধী পক্ষক সমালোচনা কৰিছে BJPৰ সাংসদ তথা দলৰ মুখপাত্ৰ সম্বিত পাত্ৰই।

৩ / ৫

সমাৱেশটোক ‘ফ্লপ শ্ব’ আখ্যা দি পাত্ৰই কয় যে বিৰোধীয়ে আশা কৰা ধৰণে জনসমাগম গোটাবলৈ সক্ষম নহ’ল।

৪ / ৫

ৰাহুল গান্ধীৰ ভাষণকো কটাক্ষ কৰে BJP নেতাগৰাকীয়ে।

৫ / ৫

উল্লেখ্য যে, INDIA মিত্ৰজোঁটে ভোটাৰ তালিকাৰ বিশেষ সংশোধন (SIR) প্ৰক্ৰিয়াৰ বিৰুদ্ধে আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰামলীলা ময়দানত এই সমাৱেশ অনুষ্ঠিত কৰিছিল।

‘ৰামলীলা ময়দান ৪০ শতাংশ খালী আছিল’, INDIA মিত্ৰজোঁটৰ সমাৱেশক ‘ফ্লপ শ্ব’ আখ্যা BJPৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক