অসম

মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ মনোনয়ন দাখিল অন্তিম দিনা একাধিক প্ৰাৰ্থীৰ মনোনয়ন দাখিল

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ বাবে ঢকুৱাখনাৰ বিভিন্ন সমষ্টিৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে।

২ / ৫

ঢকুৱাখনা: অহা ৩০ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৪০টা সমষ্টিৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ঢকুৱাখনা মহকুমাত তৎপৰতা বৃদ্ধি পাইছে।

৩ / ৫

অৱনৰী সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী ডাঃ ভূপেন কামানে মনোনয়ন পত্ৰ দাখিল কৰে।

৪ / ৫

একেটা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মনালিছা কামান নৰহেও মনোনয়ন পত্ৰ দাখিল কৰে।

৫ / ৫

বৰনৈ সমষ্টিৰ পৰা মিত্ৰশক্তিৰ প্ৰাৰ্থী তথা পৰিষদৰ তদানীন্তন অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু খেৰকতা-ডাংধৰা সমষ্টিৰ প্ৰাৰ্থী ইন্দ্ৰ কুমাৰ চুংক্ৰাঙেও মনোনয়ন পত্ৰ দাখিল কৰে।

মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনৰ মনোনয়ন দাখিল অন্তিম দিনা একাধিক প্ৰাৰ্থীৰ মনোনয়ন দাখিল

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক