দেশ

পবিত্ৰ মাৰ্ঘেৰিটাৰ স্পেইন ভ্ৰমণ, ৫৪খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ইবেৰো-আমেৰিকান সন্মিলনত ল’ব অংশ

NewzNow · ১ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

৩ৰ পৰা ৫ নৱেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা।

২ / ৫

গুৱাহাটী, ১ নৱেম্বৰ: ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ৩ৰ পৰা ৫ নৱেম্বৰলৈ চৰকাৰী ভ্ৰমণসূচীৰে স্পেইনলৈ যাব।

৩ / ৫

এই সন্মিলনত ভাৰতে ‘সহযোগী পৰ্যবেক্ষক’ (Associate Observer) ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিব।

৪ / ৫

সন্মিলনৰ ২২খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৯খন লেটিন আমেৰিকাৰ দেশ।

৫ / ৫

পবিত্ৰ মাৰ্ঘেৰিটাৰ এই ভ্ৰমণ ভাৰত আৰু স্পেইনৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰতো বিশেষ তাৎপৰ্য বহন কৰিছে।

পবিত্ৰ মাৰ্ঘেৰিটাৰ স্পেইন ভ্ৰমণ, ৫৪খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগীয়া ইবেৰো-আমেৰিকান সন্মিলনত ল’ব অংশ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক