অসম

লাহেশ্বৰী চাপৰিত ২,৫০০ বিঘা মুকলি ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

হাজো-শুৱালকুছি সমষ্টিৰ লাহেশ্বৰী চাপৰিত ব্ৰহ্মপুত্ৰই গতিপথ সলনি কৰাত মুকলি হোৱা প্ৰায় ২,৫০০ বিঘা ভূমি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২ / ৫

ভূমি পুনৰুদ্ধাৰ প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীগৰাকী লাহেশ্বৰী চাপৰিত উপস্থিত হয়।

৩ / ৫

বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়ে ৰাজ্যখনৰ বিস্তৃত ভূমি ক্ষতিগ্ৰস্ত কৰি আহিছিল।

৪ / ৫

ৰাজ্য চৰকাৰে মুকলি হোৱা ভূমিখিনি বিজ্ঞানসন্মত পদ্ধতিৰে পুনৰুদ্ধাৰ কৰি জনসাধাৰণৰ কল্যাণ আৰু উৎপাদনশীল কামত ব্যৱহাৰৰ উপযোগী কৰাৰ লক্ষ্য লৈছে।

৫ / ৫

উল্লেখ্য যে, কয়াতলত হাজোৰ লাহেশ্বৰী মন্দিৰৰ সমীপৰ পৰা শ্ৰীহাটীলৈকে ২,০০০ বিঘাৰো অধিক ভূমি উদ্ধাৰৰ পৰিকল্পনা কৰা হৈছে ৷ আনহাতে, চনকাত কাছশিলাৰ পৰা নৰসিংহ পাহাৰলৈ প্ৰায় ১,০০০ বিঘা ভূমি…

লাহেশ্বৰী চাপৰিত ২,৫০০ বিঘা মুকলি ভূমি পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক