দেশ

আইচিএছই-আইএছচি ২০২৭ৰ পৰীক্ষাৰ সূচী ঘোষণা

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

চিআইএছচিইয়ে ২০২৭ চনৰ আইচিএছই দশম শ্ৰেণী আৰু আইএছচি দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাৰ সূচী ঘোষণা কৰিছে।

২ / ৫

গুৱাহাটী, ১০ নৱেম্বৰ: ভাৰতীয় স্কুল চাৰ্টিফিকেট পৰীক্ষা পৰিষদে চমুকৈ চিআইএছচিইয়ে ২০২৭ চনৰ ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকেণ্ডাৰী এডুকেশ্যন (আইচিএছই) দশম শ্ৰেণী আৰু ইণ্ডিয়ান স্কুল চাৰ্টিফিকেট…

৩ / ৫

দুয়োটা পৰীক্ষাত মুঠ ৩,৭৯,৯৮০ জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব।

৪ / ৫

আইচিএছই পৰীক্ষা ১৫ ফেব্ৰুৱাৰী, সোমবাৰে ইংৰাজী ভাষা (ইংৰাজী পেপাৰ ১) বিষয়ৰে আৰম্ভ হ'ব।

৫ / ৫

আইএছচি পৰীক্ষা ৯ ফেব্ৰুৱাৰী, মঙলবাৰে পৰিৱেশ বিজ্ঞান আৰু পাশ্চাত্য সংগীত (পেপাৰ ১) বিষয়ৰে আৰম্ভ হ'ব।

আইচিএছই-আইএছচি ২০২৭ৰ পৰীক্ষাৰ সূচী ঘোষণা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক