দেশ

‘ৰাষ্ট্ৰবিৰোধী’ কোন ? — প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনৈতিক দল আৰু সংগঠনত ‘দিমাগী নক্সাল’ৰ প্ৰৱেশৰ অভিযোগ উত্থাপন কৰাৰ পিছতে তেওঁক মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান পুনৰ জনাইছে ৰাহুল গান্ধীয়ে।

২ / ৫

নতুন দিল্লী, ১০ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনত ‘মাওবাদী মতাদৰ্শৰ সমৰ্থক’ সোমাই পৰা বুলি মন্তব্য কৰাৰ পিছতে তেওঁক মুকলি বিতৰ্কলৈ পুনৰ…

৩ / ৫

সোমবাৰে সামাজিক মাধ্যম X-ত এটা পোষ্টযোগে ৰাহুল গান্ধীয়ে এই প্ৰত্যাহ্বান জনায়।

৪ / ৫

তেওঁৰ পোষ্টত লিখিছে, “মোৰ প্ৰত্যাহ্বান এতিয়াও বাহাল আছে।

৫ / ৫

উল্লেখ্য যে, দেওবাৰে ছত্তীশগড়ৰ বস্তৰ ভ্ৰমণৰ সময়ত CRPF-ৰ কমাণ্ডো বাহিনী CoBRA-ৰ কৰণপুৰস্থিত অভিযান কেন্দ্ৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে নক্সালবাদ সন্দৰ্ভত মন্তব্য কৰিছিল।

‘ৰাষ্ট্ৰবিৰোধী’ কোন ? — প্ৰধানমন্ত্ৰী মোদীক মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান ৰাহুল গান্ধীৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক