অসম

‘ৰজাৰ দিনৰ টেকেলা’ৰ সৈতে জয়ন্ত মল্ল বৰুৱাক তুলনা অখিল গগৈৰ

NewzNow · ১০ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

অবৈধ ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপন কৰি বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে অখিল গগৈয়ে।

২ / ৫

গুৱাহাটী: বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

৩ / ৫

“জয়ন্ত মল্ল বিত্তমন্ত্ৰী মানে, অবৈধ ট্ৰাক ধৰি পইচা আনি দিয়া মন্ত্ৰী।

৪ / ৫

ইফালে, ৰাজ্যৰ বিভিন্ন সমস্যাক লৈ অকলেই যুঁজিবলগীয়া হোৱা বুলি আক্ষেপ প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

৫ / ৫

বানপানীকে ধৰি বিভিন্ন জনস্বাৰ্থজড়িত বিষয়ত প্ৰতিবাদ অব্যাহত ৰাখিবলগীয়া হোৱাত হতাশা প্ৰকাশ কৰে অখিল গগৈয়ে।

‘ৰজাৰ দিনৰ টেকেলা’ৰ সৈতে জয়ন্ত মল্ল বৰুৱাক তুলনা অখিল গগৈৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক