অসম

ছিণ্ডিকেটৰ ধনৰ ১০০ কোটি টকাৰে বানাক্ৰান্তক সহায় কৰিব পাৰি: অখিল গগৈ

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

শিৱসাগৰৰ বানাক্ৰান্তসকলৰ বাবে সাহায্যৰ ধন মুকলি নকৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীক সমালোচনা কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে।

২ / ৫

গুৱাহাটী: শিৱসাগৰৰ বানাক্ৰান্ত লোকসকলৰ বাবে আৰ্থিক সাহায্যৰ ধন মুকলি নকৰাৰ অভিযোগ উত্থাপন কৰি মঙলবাৰে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

৩ / ৫

গগৈয়ে অভিযোগ কৰে যে, ৰাজ্যত অবৈধ কয়লা, গৰু আৰু চুপাৰী ছিণ্ডিকেট মুক্তভাৱে চলি আছে।

৪ / ৫

তেওঁ কয়, ছিণ্ডিকেটৰ ধনৰ পৰা প্ৰায় ১০০ কোটি টকা পালে নিজৰ সমষ্টিৰ বানাক্ৰান্ত লোকসকলৰ মাজত সেই ধন বিতৰণ কৰিব পাৰিলেহেঁতেন।

৫ / ৫

ছিণ্ডিকেটৰ বিষয়টো লৈ মুখ্যমন্ত্ৰীলৈ প্ৰায় ১০টা বাৰ্তা প্ৰেৰণ কৰাৰ লগতে জিলাধিপতি, আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানকো অৱগত কৰিছিল বুলি গগৈয়ে জনায়।

ছিণ্ডিকেটৰ ধনৰ ১০০ কোটি টকাৰে বানাক্ৰান্তক সহায় কৰিব পাৰি: অখিল গগৈ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক