অসম

মাকুমত দুটাকৈ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু,চাৰিজন আহত ।

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

মাকুমত দুটাকৈ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু,চাৰিজন আহত ।

২ / ৫

মাকুম,১০ নৱেম্বৰ: আজি মাকুম থানাৰ অন্তৰ্গত মাকুম বাইপাছৰ চান্দমাৰি তিনিআলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।

৩ / ৫

তাৰ পাছতে পুনৰ মাকুমৰ বেতজান বাইপাছত সংঘটিত হয় আন এক পথ দুৰ্ঘটনা।

৪ / ৫

জানিব পৰা মতে, কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত মাকুম বাইপাছৰ চান্দমাৰি তিনিআলিত পথ পাৰ হ’বলৈ ৰৈ থকা অৱস্থাত এ এছ–০৩–এ কিউ–৩৪৫৭ নম্বৰৰ এখন গ্ৰেণ্ড আই-10 বাহনে লোকজনক খুন্দা মাৰে।

৫ / ৫

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে লোকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

মাকুমত দুটাকৈ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু,চাৰিজন আহত ।

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক