অসম

বৰপেটাত ৯৯ হাজাৰ টকাৰ চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ

NewzNow · ১০ নৱেম্বৰ ২০২৬

🎧 শুনি শুনি চাওক
১ / ৫

বেংক একাউণ্টৰ পৰা ভুৱা অনলাইন লেনদেনেৰে ৯৯ হাজাৰ টকা উলিওৱাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে তিনিজনক গ্ৰেপ্তাৰ কৰিছে।

২ / ৫

বৰপেটা, ১০ নৱেম্বৰ: এজন লোকৰ বেংক একাউণ্টৰ পৰা ভুৱা অনলাইন লেনদেনৰ জৰিয়তে ৯৯ হাজাৰ টকা উলিওৱাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে।

৩ / ৫

ধৃত লোককেইজনক হামিদুল খান, মজিদুৰ ৰহমান আৰু মুজাম্মিল বুলি চিনাক্ত কৰা হৈছে।

৪ / ৫

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) সমীৰণ বৈশ্যই জনোৱা মতে, দিগন্ত দাস নামৰ লোকজনে তেওঁৰ বেংক একাউণ্টৰ পৰা অনুমতি অবিহনে ৯৯ হাজাৰ টকা উলিওৱা হোৱা বুলি ই-মেইলযোগে আৰক্ষীৰ ওচৰত অভিযোগ…

৫ / ৫

অভিযোগৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে ৪৪১/২৬ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

বৰপেটাত ৯৯ হাজাৰ টকাৰ চাইবাৰ প্ৰৱঞ্চনাৰ অভিযোগত তিনিজন গ্ৰেপ্তাৰ

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক