অসম

মিচিং-সোণোৱাল কছাৰী পৰিষদ নিৰ্বাচনত আজি মনোনয়ন দাখিলৰ অন্তিম দিন

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন।

২ / ৫

ধেমাজি: মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন।

৩ / ৫

দুয়োখন পৰিষদৰ প্ৰাৰ্থীসকলে সমৰ্থকসকলক লগত লৈ উপস্থিত হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে।

৪ / ৫

১২ নৱেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব।

৫ / ৫

মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুঠ আসন ৪০খন।

মিচিং-সোণোৱাল কছাৰী পৰিষদ নিৰ্বাচনত আজি মনোনয়ন দাখিলৰ অন্তিম দিন

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক