অসম

আয়ুষ্মান অসমলৈ ২০০ কোটি, সমগ্ৰ শিক্ষা অভিযানৰ কৰ্মচাৰীৰ মৃত্যুকালীন সাহায্য ৭.৫০ লাখ টকালৈ বৃদ্ধি

NewzNow · ১০ নৱেম্বৰ ২০২৬

১ / ৫

ৰাজ্যিক কেবিনেটে আয়ুষ্মান অসম আঁচনিৰ বাবে ২০০ কোটি টকা অনুমোদন কৰাৰ লগতে সমগ্ৰ শিক্ষা অভিযানৰ মৃত্যুকালীন সাহায্য বৃদ্ধি কৰিছে।

২ / ৫

গুৱাহাটী, ১০ নৱেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত আয়ুষ্মান অসম আঁচনিৰ বাবে ২০০ কোটি টকা অনুমোদনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ…

৩ / ৫

কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে জনায় যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত প্ৰায় ৩০ লাখ পৰিয়ালে কেন্দ্ৰীয় চৰকাৰৰ পৰা সুবিধা লাভ কৰে।

৪ / ৫

সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কৰ্মৰত বিষয়া, কৰ্মচাৰী আৰু শিক্ষকসকলৰ কৰ্মৰত অৱস্থাত মৃত্যু হ’লে পৰিয়ালক প্ৰদান কৰা এককালীন সাহায্য ৫ লাখ টকাৰ পৰা ৭.৫০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে।

৫ / ৫

বিদ্যালয়ৰ শিক্ষণ-শিকন সামগ্ৰী প্ৰস্তুতৰ ক্ষেত্ৰতো কেবিনেটে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে।

আয়ুষ্মান অসমলৈ ২০০ কোটি, সমগ্ৰ শিক্ষা অভিযানৰ কৰ্মচাৰীৰ মৃত্যুকালীন সাহায্য ৭.৫০ লাখ টকালৈ বৃদ্ধি

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক