অসম

কলিয়াবৰৰ বৰঘুলিত গুলীচালনাৰ ঘটনা, ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ অভিযুক্ত

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

কলিয়াবৰৰ বৰঘুলিত গুলীচালনাৰ ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে আইজুল নামৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে চুলুং আৰক্ষীয়ে।

২ / ৫

উল্লেখ্য যে, মাটি-বাৰীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত সংঘটিত হোৱা বুলি সন্দেহ কৰা এই গুলীচালনাৰ ঘটনাত কেইবাজনো লোক আহত হৈছিল।

৩ / ৫

ইফালে, ঘটনাৰ খবৰ পাই চুলুং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অভিযান চলায়।

৪ / ৫

এই হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য আৰু উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিল।

৫ / ৫

ঘটনাস্থলী: বৰঘুলি , কলিয়াবৰ, অসম।

কলিয়াবৰৰ বৰঘুলিত গুলীচালনাৰ ঘটনা, ২৪ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ অভিযুক্ত

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক