দেশ

২৩ বছৰ পুৰণি পিতৃত্ব বিতৰ্ক! জেনীৰ কাষত মুখ্যমন্ত্ৰী

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

হৰক সিং ৰাৱটক কেন্দ্ৰ কৰি পিতৃত্ব বিতৰ্কত নতুনকৈ চিবিআই তদন্ত আৰু ডিএনএ পৰীক্ষাৰ দাবী জনাইছে অসমৰ জেনী ওৰফে ইন্দিৰা দেওৰীয়ে।

২ / ৫

গুৱাহাটী, ১১ নৱেম্বৰ: উত্তৰাখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা হৰক সিং ৰাৱটক কেন্দ্ৰ কৰি ২৩ বছৰ পুৰণি পিতৃত্ব বিতৰ্কই পুনৰ চৰ্চা লাভ কৰিছে।

৩ / ৫

মঙলবাৰে জেনীক সাক্ষাৎ কৰাৰ পাছত বুধবাৰে সামাজিক মাধ্যমযোগে তেওঁৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

৪ / ৫

জেনীয়ে তেওঁৰ ২৩ বছৰীয়া পুত্ৰৰ পিতৃত্ব নিৰ্ধাৰণৰ বাবে নতুনকৈ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো চমুকৈ চিবিআইৰ তদন্ত আৰু পুনৰ ডিএনএ পৰীক্ষাৰ দাবী জনাইছে।

৫ / ৫

জেনীৰ অভিযোগ অনুসৰি, ২০০২ চনত ১৬ বছৰ বয়সত তেওঁ দেৰাডুনত আছিল।

২৩ বছৰ পুৰণি পিতৃত্ব বিতৰ্ক! জেনীৰ কাষত মুখ্যমন্ত্ৰী

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক