দেশ

উৰণৰ পূৰ্বে Air India-ৰ বিমান অপহৰণৰ ভাবুকি, কলকাতা বিমানবন্দৰত নিৰাপত্তাজনিত সতৰ্কতা

NewzNow · ১১ নৱেম্বৰ ২০২৬

১ / ৫

কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা মুম্বাই অভিমুখে উৰা মৰাৰ পূৰ্বে Air India-ৰ AI 772 বিমানখনত অপহৰণৰ ভাবুকি উদ্ধাৰ হয়।

২ / ৫

কলকাতা, ১১ নৱেম্বৰ: কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বুধবাৰে পুৱা সৃষ্টি হয় নিৰাপত্তাজনিত উদ্বেগ।

৩ / ৫

প্ৰকাশিত তথ্য অনুসৰি, AI 772 নম্বৰৰ বিমানখন পুৱা ১০.২০ বজাত কলকাতাৰ পৰা মুম্বাইলৈ উৰা মৰাৰ কথা আছিল।

৪ / ৫

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে বিমানখনৰ পাইলটে Air Traffic Control (ATC)-ক অৱগত কৰে।

৫ / ৫

বিমানখনত থকা যাত্ৰীসকলক নমাই দিয়া হয়।

উৰণৰ পূৰ্বে Air India-ৰ বিমান অপহৰণৰ ভাবুকি, কলকাতা বিমানবন্দৰত নিৰাপত্তাজনিত সতৰ্কতা

newznow.in

সম্পূৰ্ণ খবৰ পঢ়ক